Samsung Galaxy Glasses Are Here! The Ultimate AI Smart Glasses Revolution. Is the era of smartphones finally coming to an end?
মোবাইলৰ দিন শেষ? চকুৰ চশমাতো আহি গ’ল AI! জানক Samsung-ৰ ইতিহাসৰ প্ৰথম স্মাৰ্ট চশমা Galaxy Glasses-ৰ বিষয়ে!
নমস্কাৰ বন্ধুসকল, ‘নমামি ব্ৰেইন একাডেমী’লৈ আপোনালোকক আদৰণি জনাইছোঁ। ভাবি চাওকচোন, আপুনি ৰাস্তাৰে খোজকাঢ়ি গৈ আছে আৰু আপোনাৰ চকুৰ সন্মুখত বতাহত ভাহি উঠিছে এখন লাইভ মেপ! সন্মুখৰ কোনো বিদেশী মানুহৰ কথা লগে লগে অসমীয়ালৈ অনুবাদ হৈছে! এয়া এতিয়া কোনো চিনেমাৰ দৃশ্য নহয়, কাৰণ বিশ্বৰ অন্যতম প্ৰযুক্তি প্ৰতিষ্ঠান Samsung-এ তৈয়াৰ কৰি উলিয়াইছে তেওঁলোকৰ ইতিহাসৰ প্ৰথম AI-চালিত স্মাৰ্ট চশমা – Samsung Galaxy Glasses।
নমামি ব্ৰেইন একাডেমীৰ আজিৰ এই বিশেষ প্ৰযুক্তিভিত্তিক খণ্ডত আমি লীক হোৱা খবৰ অনুসৰি বিশ্লেষণ কৰিছোঁ এই নতুন AI চশমাৰ আশ্চৰ্যজনক বৈশিষ্ট্যসমূহ।
🔍 এই ভিডিঅ’টোত আপুনি কি কি জানিব পাৰিব:
গোপন ফাইল লীক: কেনেকৈ ইণ্ডিয়া টুডে আৰু গোলকীয় সংবাদ মাধ্যমত Samsung-ৰ প্ৰম’ ভিডিঅ’ লীক হ’ল।
কেনেকৈ কাম কৰিব: Qualcomm Snapdragon AR1 চিপছেট আৰু Google Gemini AI-ৰ শক্তি।
আকৰ্ষণীয় লেন্স: ফটোক্ৰমিক (Photochromic) লেন্স, যি ঘৰৰ ভিতৰত স্বাভাৱিক আৰু ৰ’দত ক’লা ছানগ্লাছ হৈ পৰে।
অসমৰ ছাত্ৰ-ছাত্ৰী আৰু ক্ৰিয়েটৰৰ লাভ: ইংৰাজী কিতাপ লগে লগে অসমীয়া কৰা আৰু First Person POV ৰ ব্লক শ্বুট কৰাৰ যাদু।
মুকলিৰ তাৰিখ আৰু দাম: ২২ জুলাইৰ ‘Galaxy Unpacked’ ইভেণ্টৰ আপডেট।
আপুনি কি ভাবে? ভৱিষ্যতে মোবাইলৰ ঠাই এই স্মাৰ্ট চশমাই ল’ব পাৰিবনে? তলত Comment কৰি আপোনাৰ মতামত আমাক নিশ্চয় জনাওক! ভিডিঅ’টো ভাল লাগিলে লাইক, চাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।
ধন্যবাদ! প্ৰশ্ন কৰিবলৈ শিকক, আৰু সত্যৰ সন্ধান অব্যাহত ৰাখক। জয় আই অসম!
#SamsungGalaxyGlasses #AISmartGlasses #NamamiBrainAcademy #FutureTech #SamsungUnpacked #SmartGlasses #NewGadgets #AssameseTechVideo #Assam #জয়আইঅসম
コメント